ভূটানৰ সুৰা জব্দ তামুলপুৰ আৰক্ষীৰ।

  • Current
  • December 17, 2024
  • 0 Comments
Telegram

ভূটানৰ সুৰা জব্দ তামুলপুৰ আৰক্ষীৰ।

 

তামুলপুৰৰ দৰঙামেলাত অবৈধ ভুটানি সুৰা ভৰ্তি গাড়ী জব্দ। আৰক্ষীৰ অভিযানত জব্দ ৭০ কাৰ্টুন অবৈধ ভুটানি সুৰা।ভুটানৰ পৰা অবৈধ ভাৱে AS 01U/ 2532 নম্বৰৰ কলা বলেৰো বাহনত লৈ আনিছিল প্ৰায় ৭০ ৰো অধিক কাৰ্টুন সুৰা।DSP মণ্টুৰাম বৰা,বাপুকন মৰাকৰ লগতে দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত গগৈৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় সুৰা ভৰ্তি বলেৰ বাহন। ভুটানি সুৰা ভৰ্তি গাড়ী জব্দৰ লগতে আটক কৰিছে বিৰ্জু নাৰ্জাৰী নামৰ চালক গৰাকীক। জব্দকৃত সুৰা সমূহৰ ভুটানি মূল্য প্ৰায় ৭০ হেজাৰৰো অধিক।উল্লেখ যে,একাংশ সুৰা মাফিয়াই ভুটানৰ পৰা অতি হস্তীয়া মূল্যত ক্ৰয় কৰি গোপনে অসমৰ বজাৰত চৰা দামত বিক্ৰী কৰি চলাই গৈছে ৰমৰমীয়া বেহা।

 

 

  • Related Posts

    • Current
    • June 19, 2025
    • 2 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 3 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *