বিজেপি এৰি UPPLত যোগদানৰ সিদ্বান্ত খাম্পা বৰগয়াৰীৰ: BTCৰ EM ৰঞ্জিত বসুমতাৰীয়ে পোহৰলৈ আনিলে এই তথ্য

  • Current
  • December 24, 2024
  • 0 Comments
Telegram

বিজেপি এৰি UPPLত যোগদানৰ সিদ্বান্ত খাম্পা বৰগয়াৰীৰ: BTCৰ EM ৰঞ্জিত বসুমতাৰীয়ে পোহৰলৈ আনিলে এই তথ্য

 

বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (BTC)-ৰ প্ৰাক্তন উপাধ্যক্ষ খাম্পা বৰগয়াৰী BJP নহয় শীঘ্ৰেই  UPPL (United People’s Party Liberal)-ত যোগদান কৰিবলৈ সাজু হৈছে। এই তথ্য BTCৰ  EM ৰঞ্জিত বসুমতাৰীয়ে  এক ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত সদৰী কৰে।

 

ৰঞ্জিত বসুমতাৰীৰ মন্তব্য:

 

এক ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ৰঞ্জিত বসুমতাৰীয়ে কয়—

“খাম্পা বৰগয়াৰীৰ সিদ্ধান্তই UPPLক অধিক শক্তিশালী কৰিব। তেওঁ ৰাজনৈতিক অভিজ্ঞতা আৰু নেতৃত্বৰ গুণৰ বাবে সদায় জনপ্ৰিয়। BJP দলত যোগদানৰ প্ৰচাৰ যদিও তেওঁৰ দৃষ্টিভংগীৰ সৈতে নিজকে অধিক সংযুক্ত বোধ কৰিছে।”

বিগত কিছু সময় ধৰি খাম্পা বৰগয়াৰীয়ে BJPৰ দলত যোগদানৰ চৰ্চা চলিছিল। বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ সৈতে মতপার্থক্যই এই সিদ্বান্তৰ মূল কাৰণ বুলি ধাৰণা কৰা হৈছে। খাম্পাৰ বৰগয়াৰীৰ মতে UPPLৰ মঞ্চত অঞ্চলৰ বিকাশ আৰু জনসাধাৰণৰ উন্নতিৰ বাবে অধিক সুযোগ আছে

 

UPPLৰ নেতাসকলে খাম্পা বৰগয়াৰীৰ সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ মতে, বৰগয়াৰীৰ অভিজ্ঞতা আৰু জনপ্ৰিয়তাই দলটোক নতুন উচ্চতালৈ নিয়াৱ বাবে সহায়ক হ’ব।

খাম্পা বৰগয়াৰীৰ UPPLত যোগদানৰ সিদ্ধান্ত বৰ্তমান ৰাজনীতিত গুৰুত্বপূৰ্ণ পৰিবর্তন আনিব। এই পদক্ষেপে BTC অঞ্চলৰ ৰাজনৈতিক গতি-প্ৰকৃতিত কিমান গভীৰ প্ৰভাৱ পেলাব, সেয়া সময়হে নিৰ্ধাৰণ কৰিব।

UPPLৰ আনুষ্ঠানিক ঘোষণা আৰু খাম্পা বৰগয়াৰীৰ সম্পূৰ্ণ অংশগ্ৰহণৰ বাবে এতিয়া সকলো দৃষ্টি কেন্দ্ৰিত হৈ আছে।

 

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *