বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

Telegram

বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে আলোচনা।

 

সংগঠনসমূহে এই আলোচনাৰ জৰিয়তে অঞ্চলৰ ৰাজনৈতিক স্থিতিশীলতা আৰু উন্নয়নৰ ক্ষেত্ৰত একমতিসূচক পথ নিৰ্ধাৰণৰ আশা প্ৰকাশ কৰে। যদিও BPFৰে সৰকাৰীভাৱে আলোচনাত বহিবলৈ ১৬ সংগঠনে ১২ আগষ্টলৈ অপেক্ষা কৰাৰ সিদ্ধান্ত লৈছে।

 

সূত্র মতে, এই সময়ছোৱাত দুয়োপক্ষীয় মতবিনিময়, সংগঠনগত সমন্বয় আৰু ভৱিষ্যৎ পথৰ দিশ নিৰ্ধাৰণৰ বাবে একাধিক বৈঠকৰ আয়োজন হ’ব। ১২ আগষ্টৰ পাছত BPFৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকে এই প্ৰচেষ্টাৰ ভৱিষ্যৎ স্পষ্ট কৰিব বুলি আশা কৰা হৈছে।

 

  • Related Posts

    উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

    Telegram

    TelegramTweetউচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

    ২৬ৰ নিৰ্বাচনৰ টিকটক লৈ অগপত খং-ক্ষোভৰ জুই

    Telegram

    TelegramTweet’২৬ৰ নিৰ্বাচনৰ টিকটক লৈ অগপত খং-ক্ষোভৰ জুই   ২০২৬ৰ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনকেন্দ্ৰিক টিকটক লৈ অসম গণ পৰিষদত (অগপ) দিন দিনেই খং, ক্ষোভ আৰু অসন্তুষ্টি তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ কিছুমান…

    Leave a Reply

    Your email address will not be published. Required fields are marked *