BTR NEWS

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই আগন্তুক অসম বিধানসভা অধিবেশন উপলক্ষে কোকৰাঝাৰত এক গুৰুত্বপূর্ণ বৈঠক

Telegram

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই আগন্তুক অসম বিধানসভা অধিবেশন উপলক্ষে কোকৰাঝাৰত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠক বড়োলেণ্ড প্ৰাদেশিক পৰিষদীয় বিধানসভাত আয়োজিত হয় আৰু অধিবেশনৰ প্ৰস্তুতিৰ বাবে এটি অন্যতম বিশেষ পৰ্যায় হিচাপে গণ্য।

 

উক্ত বৈঠকত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো, বিটিচি বিধান সভাৰ অধ্যক্ষ শ্ৰী কাতিৰাম বড়ো, বিটিচিৰ কাৰ্য্যবাহী সদস্যসকল, পাৰিষদ, অসম বিধানসভাৰ বিধায়কসকল, লগতে বিভাগীয় বিষয়াববীয়া আৰু কৰ্মচাৰীসকল। অধিবেশনৰ সফলতা নিশ্চিত কৰিবলৈ বৈঠকত বিভিন্ন দিশৰ ওপৰত বিস্তাৰিত আলোচনা কৰা হয়।

 

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু অসম বিধানসভাৰ এই বিশেষ অধিবেশনে বড়োলেণ্ড আৰু অসমৰ ৰাজনৈতিক পৰিসৰত বিশেষ তাৎপর্য বহন কৰে।

 

Exit mobile version