BTR NEWS

নেপালৰ “প্ৰকৃতি মালা” নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকী সমগ্ৰ বিশ্বত সৰ্বশ্ৰেষ্ঠ হাতৰ আখৰৰ বাবে পৰিচিত।

Telegram

নেপালৰ “প্ৰকৃতি মালা” নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকী সমগ্ৰ বিশ্বত সৰ্বশ্ৰেষ্ঠ হাতৰ আখৰৰ বাবে পৰিচিত।

তেওঁৰ হাতৰ আখৰ এবাৰ চাওঁকচোন, কম্পিউটাৰে টাইপ কৰা আখৰৰ চেয়ে ধুনীয়া আৰু নিখুঁত বুলি ধৰা হয়। প্রকৃতিৰ হাতৰ আখৰ দেখিবলৈ যেন কোনো প্ৰফেছনেল কেলিগ্ৰাফাৰৰ কাম। এজন স্কুলছাত্ৰীৰ বাবে এনে নিখুঁত আৰু সুশৃঙ্খল আখৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

 

তেওঁৰ লেখাৰ নমুনাসমূহ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। এনে নিখুঁত আৰু সৰল আখৰে মানুহক মুগ্ধ কৰি তুলিছে। প্রকৃতিৰ এই সৃষ্টিশীলতা আৰু দক্ষতা আমাৰ সকলোৰে বাবে প্ৰেৰণা স্বৰূপ। এতিয়া সেয়া চাওঁক, আপুনিও মুগ্ধ হ’ব নিশ্চয়।

 

Exit mobile version