BTR NEWS

দিপ্লু ৰঞ্জন শৰ্মা জয়ী হবলৈ আল্লাহৰ উচৰত দোওয়া কৰিলে শ শ আলিম উলামাই

Telegram

 

দিপ্লু ৰঞ্জন শৰ্মা জয়ী হবলৈ আল্লাহৰ উচৰত দোওয়া কৰিলে শ শ আলিম উলামাই

 

চামগুৰিৰ লৰিৰমুখত বিজেপিৰ সমৰ্থনত উলাই আহিল পাঁচ শতাধিক আলিম উলামা।

 

উপ নিৰ্বাচনৰ প্ৰাকক্ষণত চামগুৰিৰ কংগ্ৰেছত ব্যাপক খহনীয়া।

 

বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ পাঁচ শতাধিক আলিম উলামাই মুকলি সমৰ্থন বিজেপিক

 

উন্নয়নৰ প্ৰতি লক্ষ্যৰাখি এইবাৰ বিজেপিৰ পক্ষত চামগুৰি সমষ্টিৰ আলিম উলামা।

 

বিজেপি চৰকাৰে মছজিদ মাদ্ৰাছা ভাঙি দিয়া নাই চৰকাৰী মাটিত থকা মন্দিৰো চৰকাৰে ভাঙিছে ডিটেন্শন কেম্প কংগ্ৰেছৰ দিনত হে বনাইছিল বিজেপিৰ দিনত মন্তব্য এগৰাকী আলিমৰ

Exit mobile version