BTR NEWS

তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ নতুন সমিতি গঠনঃ

Telegram

তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ নতুন সমিতি গঠনঃ

 

 

তামুলপুৰ ২৬ ডিচেম্বৰঃ

 

তামুলপুৰ জিলাৰ সদৰস্থ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত বুধবাৰে অনুষ্ঠিত এক সভাত তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ নতুন সমিতিখন গঠন কৰা হয় ৷ তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী উপস্থিত থকা সাধাৰণ সভাখনত বিটিআৰৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাক সভাপতি,দেৱেন দাসক কাৰ্যকৰী সভাপতি আৰু ধ্ৰুৱজ্যোতি ঠাকুৰীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী নতুন সমিতি খন গঠন কৰা হয় ৷ নতুন সমিতি খনত কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় বিশিষ্ট ক্ৰীড়া সংগঠক মঃ আলাউদ্দিন আহমেদক ৷

Exit mobile version