BTR NEWS

তামুলপুৰ জিলাবাসীৰ বাবে সুখৱৰ

Telegram

তামুলপুৰ জিলাবাসীৰ বাবে সুখৱৰ!

তামুলপুৰ জিলাৰ জনগণৰ বাবে আজি এক গুৰুত্বপূর্ণ আৰু আনন্দৰ দিন। তামুলপুৰবাসীৰ বহুদিনৰ দাবী পূৰণ হোৱাৰ সৈতে অঞ্চলটোৰ উন্নয়নৰ পথ আরও সুদৃঢ় হ’ল। এই বিশেষ সুখৱৰ পেছত আছে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ, জনপ্ৰিয় আৰু কৰ্মঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অমলান নেতৃত্ব।

 

তামুলপুৰবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশা আৰু দাবীৰ প্ৰতি সহানুভূতি দেখুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে আমি তামুলপুৰবাসীৰ পক্ষৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।

 

তেওঁৰ সহৃদয় আৰু দৃঢ় নেতৃত্বই তামুলপুৰলৈ অনাইছে নতুন আশাৰ পোহৰ, উন্নয়ন আৰু সম্ভাৱনাৰ দিগন্ত। শিক্ষা, আৰোগ্য, যাতায়াত আৰু যুৱ কল্যাণৰ ক্ষেত্ৰত যিসকল উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেইবোৰে আগন্তুক দিনত জিলাটোক আরও আগবঢ়াব।

 

তামুলপুৰৰ সকলোবাসীলৈ জনাইছোঁ অভিনন্দন আৰু শুভেচ্ছা — এই উন্নয়নৰ যাত্ৰাত আপুনি অংশীদাৰ হোৱাৰ গৌৰৱ অনুভৱ কৰক।

 

জয় আই অসম!

জয় তামুলপুৰ!

 

Exit mobile version