তামুলপুৰ গুৱাবাৰীত অসম আৰক্ষী নিযুক্তিৰ শাৰীৰিক অনুশীলন প্ৰস্তুতি।

Telegram

তামুলপুৰৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ অতি ভিতৰুৱা অঞ্চল বৃহত্তৰ গুৱাবাৰী আৰু দাঁতি কাষৰীয়া কেইবাখনে গাঁওৰ শিক্ষিত নিৱনুৱা যুৱক সকলেও অসম আৰক্ষীত নিযুক্তিৰ বাবে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হবলৈ দিনে নিশাই চলাইছে কঠোৰ শাৰীৰিক অনুশীলন ৷

 

দৌৰা,লং জাম্প,হাই জাম্প,পুচ আপৰ লগতে বিভিন্ন শাৰিৰীক সক্ষমতাৰ বাবে অব্যাহত ৰাখিছে কঠোৰ অনুশীলন

 

অতি ভিতৰুৱা ভূটান পাহাৰৰ দাতি কাষৰীয়া অঞ্চলটোত ৰাজহুৱা খেল পথাৰ নথকাত নদীৰ পাৰৰ হাবি জংঘল চাফা কৰি এনেদৰে কৰিছে শাৰীৰিক অনুশীলন

  • Related Posts

    তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন

    Telegram

    TelegramTweetতামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন   তামুলপুৰ, ১০ এপ্ৰিলঃ তামুলপুৰৰ গেৰুৱাত আজি সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এখনি সাধাৰণ…

    বিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)

    Telegram

    TelegramTweetবিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)   📍গোৰেশ্বৰ, BTR: বটলেণ্ড টেৰিট’ৰিয়েল কাউনচিল (BTC) অধীন গোৰেশ্বৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম বিতৰণ প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ অভিযোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *