BTR NEWS

তামুলপুৰ আৰক্ষীয়ে আলফাৰ নামত এগৰাকী যুৱকক হাৰাশাস্তিৰ কৰাৰ অভিযোগ।

Telegram

তামুলপুৰ আৰক্ষীয়ে আলফাৰ নামত এগৰাকী যুৱকক হাৰাশাস্তিৰ কৰাৰ অভিযোগ।

তামুলপুৰ জিলাৰ গান্ধীবাৰী গাঁওৰ জয়ন্ত ডেকা নামৰ যুৱকজনে এই অভিযোগ উত্থাপন কৰে।

গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (IC) মইদুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে ভিডিঅ’

জয়ন্ত ডেকাই সামাজিক মাধ্যমত ভিডিঅ’ যোগে আন কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে গান্ধীবাৰী আৰক্ষী চকীৰ IC মইদুল ইছলামৰ বিৰুদ্ধে

অবৈধ ডাইছ খেল, কাঠ মিল, চকৰিখেল আদিৰ পৰা বিভিন্ন সময়ত ধনৰ লেনদেনৰ অভিযোগ।

তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তদন্ত কৰিবলৈ আহ্বান।

ইয়াৰ বিপৰীতে কোনোধৰণৰ তথ্য নথকাকৈ জয়ন্ত ডেকাৰ পৰিয়াল তথা আলহী অতিথিৰ ঘৰত সোধ পোচ কৰি হাৰাশাস্তি নকৰিবলৈ আহ্বান।

তদন্ত কৰি যদি প্ৰকৃতাৰ্থত আলফা বুলি ওলাই তেন্তে আটক কৰিবলৈ চেলেঞ্জ যুৱকজনৰ। ‎

Exit mobile version