
তামুলপুৰৰ ৰাজপথত ড্ৰাগছ বিৰোধী সজাগতা সমদল।
@ সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত এই সমদল।
@তামুলপুৰ জিলা ছাত্ৰ সন্থা, জিলা উন্নতি সভা আৰু অসম সেনাৰ এই সমদল উলিওৱা হয়।
সমদলকাৰী সকলে হাতে বেনাৰ পোষ্টাৰ লৈ ড্ৰাগছ বন্ধ কৰাৰ দাবীত তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।
তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলটো ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ ঘগ্ৰাচ’কত সামৰণি পৰে।