BTR NEWS

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বিমলা নগৰত অঘটন।

Telegram

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বিমলা নগৰত অঘটন।

 

পানীত পৰি মৃত্যু দুগৰাকী কন্যাৰ।

 

মৃত্যু কন্যা দুগৰাকী হৈছে বিমলা নগৰৰ জীৱন দাসৰ কন্যা ৰিয়া দাস (১২) আৰু পবিত্ৰ নম শৰ্মাৰ কন্যা চন্দনি নম শৰ্মা (৮)।

 

দুয়োগৰাকী কন্যা সম্পৰ্কত বাই ভনী।

 

পুখুৰীত গা ধুবলৈ যাওঁতে পিছলি পৰি মৃত্যু হয় কন্যা দুগৰাকীৰ ।

 

পৰিয়ালৰ লোকে কন্যা দুগৰাকীক পুখুৰীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে যদিও চিকিৎসাকে মৃত ঘোষণা কৰে।

Exit mobile version