BTR NEWS

তামুলপুৰৰ বৰখোপা সেনা চাউনীৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা

Telegram

তামুলপুৰ ব্ৰেকিং

 

তামুলপুৰৰ বৰখোপা সেনা চাউনীৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা

 

তীব্ৰবেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ

 

থিতাতে নিহত এজন বাইক আৰোহী

এজন আহত

 

নিহত বাইক আৰোহীজন তামুলপুৰৰ গেৰুৱাৰ

ইচমাইল আলি (28)

 

তামুলপুৰৰ পৰা নিজ ঘৰলৈ গৈ থাকোতে ৰঙিয়াৰ পৰা ভূটান অভিমুখি এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দা মাৰে বাইক খনত

 

দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰ খনে

 

Exit mobile version