BTR NEWS

তামুলপুৰৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ গৰু চোৰে নিদ্ৰাহৰণ কৰিছে দুখীয়া কৃষকৰ।

Telegram

তামুলপুৰৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ

গৰু চোৰে নিদ্ৰাহৰণ কৰিছে দুখীয়া কৃষকৰ।

 

কুম্ভ কৰ্ণৰ নিদ্ৰাত তামুলপুৰ আৰক্ষী প্ৰশাসন

তামুলপুৰৰ কুমাৰীকাটাত গৰু চোৰৰ চুৰিকাণ্ডৰ দৃশ্য বন্দি হ’ল চিচি টিভি কেমেৰাত

উল্লেখযোগ্য যে তামুলপুৰ জিলাৰ কুমাৰীকাটা, গান্ধীবাৰীত, এঘাৰমাইল, বাৰাংগাবাৰী আদি অঞ্চলত বিগত কেইবাদিন ধৰি গৰু চোৰৰ দলে বহু পৰিয়ালৰ গোহালীৰ পৰা হালৰ বলধ গৰু,গাই গৰু,ছাগলী চুৰি কৰি নিছে ৷ গৰু চোৰৰ উপদ্ৰৱে সম্প্ৰতি নিদ্ৰাহৰণ কৰিছে কৃষক তথা পশু পালকৰ।

গৰু চোৰ ধৰিবলৈ তামুলপুৰ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী ভূক্তভোগী ৰাইজৰ ৷

Exit mobile version