BTR NEWS

তামুলপুৰৰ পুখুৰীপাৰ গাঁওত শোকাৱহ ঘটনা।

Telegram

তামুলপুৰৰ পুখুৰীপাৰ গাঁওত শোকাৱহ ঘটনা। </s

ঘাঁহ কাটিব গৈ পানীত পৰি মৃত্যু এগৰাকী মহিলাৰ।

মৃত মহিলা গৰাকীৰ নাম পূৰ্ণিমা শৰ্মা(৪৫)।

আজি দিনৰ ভাগত গাঁওখনৰ এটা পুখুৰীৰ পাৰত ঘাঁহ কাটি থকা অৱস্থাত পানীত পৰি মৃত্যু হয় মহিলাগৰাকীৰ।

ঘাঁহ কাটি থকা অৱস্থাত পিছলি পৰাৰ সন্দেহ মহিলাজনীৰ।

স্থানীয় লোকে পুখুৰীত মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

পৰৱৰ্তী সময়ত স্থানীয় লোকে পানীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

সম্প্ৰতি আৰক্ষীয়ে, মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছে মৃতদেহ।

ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ।

Exit mobile version