তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভা। স্থানীয় বিজেপিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰী, জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস,সাধৰণ সম্পাদক ভজন দাস, মণ্ডল সভাপতি ৰিদিপ দাসৰ লগতে দলীয় কৰ্মীৰ উপস্থিতিত বিজেপিত যোগদান UPPL আৰু BPF ৰ শতাধিকৰো অধিক নেতা কৰ্মীৰ।
কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সমষ্টিটোৰ দলীয় স্থিতি মজবুত কৰাৰ সংকল্প বিজেপি নেতৃবৃন্দৰ। BTR নিৰ্বাচনৰ পূৰ্বে এতিয়া সমষ্টিয়ে সমষ্টিয়ে বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা।