তামুলপুৰৰ গোপীনাথপুৰত ড্ৰাগছ সৰবৰাহকাৰী আতক

  • Crime
  • June 2, 2025
  • 0 Comments
Telegram

তামুলপুৰৰ গোপীনাথপুৰত ড্ৰাগছ সৰবৰাহকাৰী আতক

 

তামুলপুৰ,২ জুন-

তামুলপুৰৰ জিলাৰ ভুটান সীমান্তৰ গোপীনাথ পুৰত আজি এজন ড্ৰাগছ সৰবৰাহকাৰী আতক কৰে ৰাইজে ৷ ৰঙিয়াৰ পৰা ভুটান সীমান্তৰ দৰংগামেলালৈ ড্ৰাগছ খিনি সৰবৰাহ কৰিবলৈ আহোতে ৰাইজে হাতে লোটে ধৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাকাৰী জনক ৷ আতক কৰা ড্ৰাগছ সৰবৰাহকাৰী জন ভূটান সীমান্তৰ এন কে দৰংগাৰ ইজ্জত আলি বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য মতে,এখন নম্বৰ প্লেট বিহীন স্কুটীৰে ধৃত ইজ্জত আলিয়ে ৰঙিয়াৰ পৰা ভূটান অভিমুখে ড্ৰাগছ খিনি লৈ আহি থাকোতে কেইজনমান যুৱকে মটৰ চাইকেলেৰে বাট আগচি গোপীনাথপুৰ শাখা সত্ৰৰ সন্মুত ৰ’ৱলৈ ইংগিত দিয়ে৷ কিন্তু যুৱক কেইজনক খুন্দিয়াই পলাবলৈ চেষ্টা কৰাত যুৱক জনে ৷ ঘটনাটো প্ৰত্যক্ষ কৰি কেইজনমান স্থানীয় লোকে তৎপৰতাৰে যুৱক জনক ধৰি ৰাখে ৷ পিছত যুৱক জনক তালাচী চলাওতে তেও লংপেন্ট কোচাই কৌশলেৰে লুকাই অনা কেবাটাও ড্ৰাগছ ভৰ্তী কন্টেইনাৰ উদ্ধাৰ কৰে ৷ পিছত ৰাইজে আৰক্ষীক খবৰ দি ড্ৰাগছ ভৰ্তী কন্টেইনাৰ সহ যুৱকজনক আৰক্ষীক গতাই দিয়ে ৷তথ্য মতে ধৃত ইজ্জত আলিয়ে দৰংগামেলাৰ এটা ডেম্পত কাম কৰি বহুদিনৰ ধৰি ৰঙিয়াৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি ভুটান সীমান্তৰ বিভিন্ন ড্ৰাগছ আসক্ত যুৱকক যোগান ধৰি আহিছিল ৷

  • Related Posts

    • Crime
    • June 19, 2025
    • 6 views
    • 1 minute Read
    দুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। 

    Telegram

    TelegramTweetদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ।    নাগ্ৰীজুলি, ১৯ জুন-   সহজলভ্য ধনৰ লালসাত পৰি এচাম লোকে সৰ্বশ্ৰান্ত হোৱাৰ…

    • Crime
    • June 18, 2025
    • 6 views
    • 1 minute Read
    24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन 

    Telegram

    TelegramTweet24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन    (कुमारीकाटा, दिनांक-18.06.2025): 24वीं बटालियन सशस्त्र सीमा बल रंगिया (असम) की सीमा चौकी गाइडन चौक द्वारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *