
তামুলপুৰৰ কচুবাৰীত ১৮ সংখ্যক সদৌ অসম আন্তঃ জিলা পুৰুষ-মহিলা ( ছিনিয়ৰ)খো খো প্ৰ্তিযোগিতা কাইলৈৰ পৰাঃ
সদৌ অসম খো খো সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা খো খো সন্থাৰ সহযোগত আৰু কচুবাৰী ক্ৰীড়া সংঘৰ উদ্যোগত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কচুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সদৌ অসম আন্তঃ জিলা পুৰুষ মহিলা (ছিনিয়ৰ )খো খো প্ৰ্তিযোগিতা অনুষ্ঠিত হব।
উদ্যোক্তা সমিতিয়ে জনোৱা মতে অসমৰ প্ৰায় ৩৮ টা পুৰুষ আৰু মহিলা দলে এই খেলত অংশগ্ৰহণ কৰিব।