BTR NEWS

তামুলপুৰৰ উত্তৰাঞ্চলৰ ভূটান পাহাৰত বন জুই। তামুলপুৰৰ মঞ্জুৰগাঁওৰ কাষতে থকা ভূটান পাহাৰত দেখা গৈছে এই দৃশ্য।

Telegram

তামুলপুৰৰ উত্তৰাঞ্চলৰ ভূটান পাহাৰত বন জুই। তামুলপুৰৰ মঞ্জুৰগাঁওৰ কাষতে থকা ভূটান পাহাৰত দেখা গৈছে এই দৃশ্য।

 

তিনিটাকৈ স্থানত পৃথকে পৃথকে দেখা গৈছে এই জুইৰ দৃশ্য। এই পৰ্যন্ত জানিব পৰা হোৱা নাই বন জুইৰ কাৰণ।

 

বন জুইৰ ফলত পাহাৰত থকা বনৰীয়া হাতী তললৈ নামি অহাৰ শংকা। পাহাৰত থকা বন্য প্ৰাণী সমূহো বিপদত পৰাৰ আশংকা।

 

বন জুইক কেন্দ্ৰ কৰি সীমান্তত তৎপৰ হৈ আছে অসমৰ অগ্নিনিৰ্বাপকৰ গাড়ী।ভূটান পাহাৰৰ উত্তৰ পূব দিশে ক্ৰমান্বয়ে বিয়পি পৰাৰ সম্ভাৱনা।

 

ভূটান পাহাৰৰ এই বন জুইক কেন্দ্ৰ কৰি চিন্তিত সীমান্তৰ একাংশ জনতা।

Exit mobile version