তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

  • Current
  • September 14, 2025
  • 0 Comments
Telegram

তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।

 

তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ

বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ বাবে আজি তামুলপুৰত অনুষ্ঠিত হোৱা এক যোগদান সভাত তিনিশতাধিক লোক UPPL দলত যোগদান কৰে।

 

এই যোগদান সভাটো অনুষ্ঠিত হয় তামুলপুৰৰ সৌৰাগুৰীস্থিত UPPL সভাপতি তথা বিটিআৰ প্রধান প্ৰমোদ বড়োৰ বাসভৱনত। সভাত উপস্থিত আছিল প্ৰাক্তন বিধায়ক তথা UPPL নেতা চণ্ডী বসুমতাৰীও।

 

বিশেষকৈ এইবাৰ যোগদানকাৰীৰ মাজত আছিল প্ৰাক্তন ১৮৭ গৰাকী NDFB সদস্য, লগতে BPF, APB আৰু BJP দল ত্যাগ কৰি অহা অসংখ্য কৰ্মী-সমৰ্থক।

 

সভাত বক্তব্য ৰাখি চণ্ডী বসুমতাৰীয়ে কৈছিল —

“প্ৰমোদ বড়োৰ সঠিক নেতৃত্ব আৰু উন্নয়নৰ ধাৰাৰ বাবে দিনক দিনে লোক UPPL দলে আকৃষ্ট হৈ আহিছে। আগন্তুক নিৰ্বাচনত প্ৰমোদ বড়োই নিজ গৃহ সমষ্টি ২৮ নং গয়বাৰী পৰা ৫০ হাজাৰ ভোটতকৈও অধিক মাৰ্জিনত জয়লাভ কৰিব।”

 

যোগদানকাৰীসকলে দলৰ আদৰ্শ আৰু বিটিআৰৰ উন্নয়নৰ স্বপ্ন পূৰণৰ বাবে প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰাৰ দৃঢ় সংকল্প প্ৰকাশ কৰে।

 

👉 ইয়াৰ ফলত গয়বাৰী আৰু সমগ্ৰ বিটিআৰৰ ৰাজনৈতিক সমীকৰণত এক নতুন দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে।

  • Related Posts

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    • Current
    • September 14, 2025
    • 3 views
    • 1 minute Read
    অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

    Telegram

    TelegramTweetঅসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা   যোৰহাট, ১৪ ছেপ্টেম্বৰঃ অসমৰ ভাষা, কলা, সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশেষ মন্তব্য আগবঢ়ায়। ৰাজ্য ভ্ৰমণৰ লগত জড়িত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *