BTR NEWS

তামুলপুৰত ABVPৰ সম্বৰ্ধনা অনুষ্ঠান ।

Telegram

তামুলপুৰত ABVPৰ সম্বৰ্ধনা অনুষ্ঠান ।

 

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰিক্ষাত সুক্ষাতিৰে উত্তিৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে ।

 

ABVPৰ তামুলপুৰ শাখাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

 

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা,তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসৰ,ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° বিমল দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ ।

 

অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশত আগুৱাই নিয়াত সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্য ABVPয়ে এই সম্বৰ্ধনা অনুষ্ঠাটিৰ আয়োজন কৰে ।

Exit mobile version