তামুলপুৰত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী-২০২৫
তামুলপুৰ, ২৯ জানুৱাৰীঃ
তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱতীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰা আজিৰ প্ৰথম ফুটবল খেলখন শুভ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাই। পাটকিজুলী মাইনাও ক্লাৱ আৰু গোৰেশ্বৰ টাউন ফুটবল ক্লাবৰ মাজত আজিৰ উত্তেজনাপূৰ্ণ ফুটবল খেলখন ১-১ গ’লত অমীমাংসিত ভাৱে সামৰণি পৰে।