BTR NEWS

তামুলপুৰত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ।

Telegram

 

তামুলপুৰত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ।

 

তামুলপুৰৰ তেতেলিগুৰি, বৰবিলা, চলিকাণ্ড, গুৱাকুছিত বনৰীয়া হাতীৰ বৃহৎ জাক।

 

নিশা ভাগত এশৰো হাতীৰ জাক সোমাই ৰাইজৰ নাজল নাথল অৱস্থা।

 

হাতীৰ জাকটোৱে ধাহি মুহি খাইছে কৃষকৰ পকা ধান ।

 

এফালৰ পৰা গছকি গৈছে পকা ধানৰ খেতি ।

 

হাতীৰ জকটোৱে তাণ্ডৱলীলা চলোৱাক লৈ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ।

 

ফটকা ফুটাই, জুই জ্বলাই হাতী খেদাৰ চেষ্টা স্থানীয় ৰাইজৰ।

Exit mobile version