তামুলপুৰত এন আৰ ডি এছ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলিঃ
=================================
তামুলপুৰ,২৭ জানুৱাৰীঃ–
ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বালন কৰে তামুলপুৰ উলুবাৰী আঞ্চলিক হাইস্কুলৰ সহঃ শিক্ষক মহেশ বৈশ্যই ৷ উদ্বোধনী অনুষ্ঠানত এন আৰ ডি এছৰ ধমধমাৰ সঞ্চালক যতীন বড়ো, সাংস্কৃতিক কৰ্মী অভিজিত দাস,অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতিষ দাস,যুৱ সমাজকৰ্মী মুকুন্দ বৈশ্য,প্ৰশিক্ষকদ্বয় দীপনা সৰকাৰ আৰু অনামিকা বৈশ্য ,ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী সকল উপস্থিত থাকে ৷ প্ৰশিক্ষক দীপনা সৰকাৰে জনোৱা মতে আগ্ৰহী শিকাৰু সকলে নাম ভৰ্তিৰ বাবে ৭০০২৬২০৩৫৩ অথবা ৬০০২৬০৯৭৩২ নম্বৰত শীঘ্ৰে যোগাযোগ কৰিব পাৰিব ৷