তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সভা
দুই সহস্ৰাধিক লোকৰ ইউপিপিএল দলত যোগদান
নিশা প্ৰমোদ বড়োৰ তামুলপুৰৰ সৌৰাগুৰীস্থিত
বাসগৃহত অনুস্থিত হয় এই যোগদান সভা
তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত বিপিএফ আৰু বিজেপিৰ কেইবাগৰাকী নেতা কৰ্মীৰ লগতে সহস্ৰাধিক লোকে স্বত:স্ফূত ভাৱে ওলাই আহি ইউপিপিএল দলত যোগদান কৰে
বিশেষ দলীয় কামৰ বাবে যোগদান সভাত উপস্থিত থাকিব নোৱাৰাত মোবাইল ফোন যোগে যোগদান কাৰী সকলক উদ্দেশ্য বক্তব্য ৰখাৰ লগতে দললৈ আদৰণি জনাই ইউপিপিএল দলৰ সভাপতি তথা ২৮ নম্বৰ গয়বাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়োই ৷