BTR NEWS

JAFA ৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক হিচাপে জ্যেষ্ঠ সাংবাদিক ছৰিফ উদ্দিন আহমেদ (ৰাজা) আৰু দীপাংকৰ মেধীক কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ

Telegram

 

জাফাৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক হিচাপে জ্যেষ্ঠ সাংবাদিক ছৰিফ উদ্দিন আহমেদ (ৰাজা) আৰু দীপাংকৰ মেধীক কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ

 

 

 

JAFA ৰ ২৯ নবেম্বৰত অনুষ্ঠিত সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰি জাফাৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক হিচাপে জ্যেষ্ঠ সাংবাদিক ছৰিফ উদ্দিন আহমেদ (ৰাজা) আৰু দীপাংকৰ মেধীক কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ ।

লগতে দৰ্শনা বৰুৱাক কাৰ্যালয় সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হ’ল।

 

Exit mobile version