BTR NEWS

জটিল ৰোগত আক্ৰান্ত সৰভোগৰ পুঠিমাৰী (পামপাৰা)ʼৰ যুৱক মকিবুল ইছলাম*!

Telegram

*জটিল ৰোগত আক্ৰান্ত সৰভোগৰ পুঠিমাৰী (পামপাৰা)ʼৰ যুৱক মকিবুল ইছলাম*!

সৰভোগৰ পুঠিমাৰী (পামপাৰা)ʼৰ এটি পৰিয়ালক মুখ্যমন্ত্ৰী তথা ৰাইজৰ সহায়ৰ প্ৰয়োজন। পুঠিমাৰী (পামপাৰা)ʼ হবিৱৰ চিপাহীৰ ʼ পুত্ৰ মকিবুল ইছলামে জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় তিনি মাহে শয্যাশায়ী হৈ আছে। জটিল ৰোগত আক্ৰান্ত পুঠিমাৰী (পামপাৰা)ʼৰ 23 বছৰীয়া যুৱক মকিবুল ইছলামক সহায়ৰ বাবে আহ্বান – পিতৃ -মাতৃৰ । জানিব পৰা মতে দিন হাজিৰা কৰি কোনোমতে দুবেলা দুমুঠি পৰিয়াল পোহপাল দি অহা হবিৱৰ চিপাহীৰ আয় উপাৰ্জনৰ কোনো পথ নাই।মকিবুলক উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ গৈ চিকিৎসা কৰাটো দুৰৰে কথা , গুৱাহাটী চৰকাৰী চিকিৎসালয়লৈ গৈও চিকিৎসা কৰাৰো সামৰ্থ্য নোহোৱা পিতৃ -মাতৃয়ে নিজ সন্তানৰ চিকিৎসাৰ বাবে ধোৱা কোৱা দেখিছে। উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত নিব লাগে যদিও বহুত ধনৰ প্ৰয়োজন। পিতৃ -মাতৃৰ আকুল আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ,মকিবুলৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ , মোক জীয়াই ৰাখক,, বুলি কাতৰ অনুৰোধ মকিবুলৰ

 

উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন বৃহৎ অৰ্থ সাহাৰ্য। ধনৰ অভাৱত দৰিদ্ৰ পৰিয়ালটোৱে বিচাৰিছে আপোনাৰ সহায়ৰ হাত

সহায় কৰক

▶️ Phone pay Number- 60001 84032

▶️ Union Bank of India

▶️ A/C 344102010381942

▶️ IFSC- UBINO534412

 

Exit mobile version