চালক বিহীন ই ৰিক্সা পৰিল পানীত।

Telegram

চালক বিহীন ই ৰিক্সা পৰিল পানীত।

 

প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-

 

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। জানিব পৰা মতে খাটৰবাৰী খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত অৰঙা নৈৰ পাৰত এখন ই ৰিক্সা ৰখাই থোৱা আছিল। হঠাতে ই ৰিক্সাখন নিজে নিজে ষ্টাৰ্ট হৈ ওচৰতে থকা অৰঙা নৈৰ পানীত পৰি যায়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী নিবলৈ অহা ই ৰিক্সাখন ৰৈ থকা অৱস্থাত পানীত পৰাৰ লগে লগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ভাগ্যক্ৰমে ই ৰিক্সা খনত কোনো লোকে নথকাৰ বাবে কোনো লোক হতাহত নহল। পিছত ই ৰিক্সাখন স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

  • Related Posts

    ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ।

    Telegram

    TelegramTweet৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ================================= তামুলপুৰ ১৫ ছেপ্তেম্বৰ:-   তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ এখন সাধাৰন সভা যোৱাকালি আবেলি তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গনত…

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *