🚨 ঘৰৰ পৰা বাহিৰলৈ নোলাব!
অপৰাধীৰ বিৰুদ্ধে ফুল এক্সন মুডত ধুবুৰী পুলিচ।
অলিয়ে-গলিয়ে চলিছে লীনা দলেৰ নেতৃত্বত মহাঅভিযান — এক প্ৰচণ্ড অভিযানত জড়িত পুলিচ-আৰ্মীৰ বিশেষ দল।
🏃♂️ ফ্লেগমাৰ্চে কাপাই তুলিছে চহৰ —
চাইৰেনৰ শব্দত কঁপি উঠিছে অপৰাধী মনোবল।
🔹 চহৰখনত শান্তি আৰু সুৰক্ষাৰ বাবে এইবাৰ ধুবুৰী পুলিচ একো ছাড় দিব নোখোজে।
🔹 সন্দেহযুক্ত অঞ্চলসমূহত কড়া নজৰদাৰী,
🔹 ৰাতিপুৱা-ৰাতিপুৱা চলি আছে অভিযান।
জনসাধাৰণক অহেতুক বাহিৰলৈ নোযাবলৈ আহ্বান জনাইছে পুলিচ প্ৰশাসনে।
নিয়ম মানক, সুৰক্ষিত থাকক।
#TeamDhubriPolice #FlagMarch #FullActionMode #OperationInProgress #AssamPolice #LeenaDalOnDuty 🚔🔥