গোৰেশ্বৰ শিবানন্দ যোগাশ্ৰম আৰু যোগ মহাবিদ্যালয়ত শনিমেলা।
গোৰেশ্বৰ-১৭ডিচেম্বৰঃ
শিবানন্দ যোগাশ্ৰম আৰু যোগ মহাবিদ্যালয় প্ৰাঙ্গণত ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে শলিমেলা আৰু নৱগ্ৰহ মহাযজ্ঞ
বিশ্বৰ শান্তি অপায় অমংগল দূৰ কৰণৰ মানসৰে গোৰেশ্বৰৰ বকুলগুড়িত অনুষ্ঠিত হৈছে এই শ্ৰী শ্ৰী শনি মহামেলা আৰু নৱগ্ৰহ মহাযজ্ঞ
১৪ ডিচেম্বৰৰপৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা মেলাত আগমন ঘটে দুৰ দুৰণিৰ হাজাৰ হাজাৰ ভক্তৰ ।
ধুপ নৈবদ্য আগবঢ়াই গ্ৰহৰাজ শ্ৰী শ্ৰী শনি মন্দিৰত আশীষ লয় ভক্তসকলে ৷
ইপিনে অনুষ্ঠানৰ লগত সংগতি অনুষ্ঠিত হয় যোগ আলোচনা চক্ৰ।
আৰু নিশা প্ৰদৰ্শন কৰা হয় ছোৱালীৰ নাগাৰা নাম ।
অনুষ্ঠানত *বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰী* যুৱ সমাজকৰ্মী মোমাই বড়ো আৰু *প্ৰাগ নিউজৰ সাংবাদিক ৰঞ্জিত ৰাজবংশীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে* ৷
ভাষ্যঃপণ্ডিত দিলীপ শাস্ত্ৰী আৰু গনেশ কছাৰেী আৰু উদযাপন সমিতি