BTR NEWS

গোৰেশ্বৰৰ পৰা যুৱক সন্ধানহীন 

Telegram

গোৰেশ্বৰৰ পৰা যুৱক সন্ধানহীন

যোৱা ইং ০৪-০১-২০২৫ তাৰিখ শনিবাৰ ৰাতিপুৱাৰ পৰা এই ল’ৰাজন সন্ধানহীন হৈ আছে। যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধান পায়, তেন্তে অনুগ্ৰহ কৰি তলত দিয়া নম্বৰত যোগাযোগ কৰক।

 

সন্ধানহীন ব্যক্তিৰ তথ্য:

নাম: হৃদয় বৰা

পিতাৰ নাম: মনোজ কুমাৰ বৰা

গাঁও: দেউলকুচি

যোগাযোগ নম্বৰ: 8638683536

আপোনাৰ সহায়ত এজন সন্ধানহীনৰ পৰিয়াল পুনৰ মিলিত হ’ব। দয়া কৰি এই তথ্যটো আগবঢ়াওক।

 

Exit mobile version