গোৰেশ্বৰৰ নাওকাটাত ৰাস মহোৎসৱৰ উখলমাখল পৰিবেশ।

Telegram

 

 

গোৰেশ্বৰৰ নাওকাটাত ৰাস মহোৎসৱৰ উখলমাখল পৰিবেশ

 

১৫ নৱেম্বৰৰপৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হব পূৱ ডেফেলী কেন্দ্ৰীয় ৰাস মহোৎসৱ ।

 

বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰ নাওকাটাৰ ৰাস মহোৎসৱত ।

 

আটকধুনীয়াকৈ সজাই পৰাই তুলিছে নাওকাটা ৰাস মহোৎসৱস্থলীত ।

 

কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে ৰাস মহোৎসৱত ।

 

প্ৰতিদিনে নানান সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা বুলি জানিব দিছে উদযাপন সমিতিয়ে।

  • Related Posts

    • Current
    • August 11, 2025
    • 6 views
    • 1 minute Read
    নতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ

    Telegram

    TelegramTweetনতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ। কিন্তু সংসদ ভৱনৰ পৰা কেইটামান ৰাস্তাৰ দূৰতই আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদীসকলক আটকায়। বিৰোধীসকলৰ…

    • Current
    • August 10, 2025
    • 4 views
    • 2 minutes Read
    Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth

    Telegram

    TelegramTweetBaksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth Baksa, August 10: In a significant step towards strengthening road connectivity in the region, Hon’ble Chief Minister Dr.…

    Leave a Reply

    Your email address will not be published. Required fields are marked *