
গোৰেশ্বৰৰ-গোল্ড মেডেলিষ্ট দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ বটাঁ প্ৰদান ঈৰদাৰ।
গোৰেশ্বৰ-৪ডিচেম্বৰঃ
*গুৱাহাটী মালিগাঁওৰ দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ* (INDIAN INSTITUTE OF RESEARCH AND DEVELOPMENT FOR DIFFERENTLY ABLED ) *চমুকৈ IIRDDA (ঈৰদা) AWARD 2024 প্ৰদান*
আন্তঃৰাষ্ট্রীয় প্ৰতিবন্ধী দিৱসৰ দিনা ঈৰদাৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰে এই সন্মান ।
গোৰেশ্বৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শাৰীৰিকভাৱে সক্ষম জুৰি ডেকাক প্ৰদান কৰে বটাঁ ।
NATIONAL ATHLETICS CHAMPIONSHIP ত ৩ বাৰকৈ গোল্ড মেডেলিষ্ট জুৰি ডেকালৈ এই সন্মান ঈৰদাৰ ।
ইপিনে জুৰি ডেকাৰ মাতৃ ৰিজু ডেকা আৰু পিতৃ ৰাজু ডেকাই ধন্যবাদ জ্ঞাপন কৰিছে ঈৰদাক ।
উল্লেখ যে দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকাই ATHLETICSৰ ১০০, ২০০ ,৪০০মিটাৰ দৌৰ, ডাঞ্চ আৰু ড্ৰামাতো পাকৈত বুলি পৰিয়ালৰ লোকে জানিব দিয়ে।