গোৰেশ্বৰত এবছুৰ অধিৱেশন সম্পন্ন

  • Current
  • December 19, 2024
  • 0 Comments
Telegram

গোৰেশ্বৰত এবছুৰ অধিৱেশন সম্পন্ন

 

গোৰেশ্বৰ-১৯ডিচেম্বৰঃ

 

গোৰেশ্বৰৰ বৰকছুলা – বাঘডোবাত এবছুৰ অধিৱেশন সম্পন্ন

 

দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰকছুলা – বাঘডোবা খেলপথাৰত অনুষ্ঠিত হয় গোৰেশ্বৰ আঞ্চলিক এবছুৰ ৩৭ সংখ্যক অধিৱেশন

 

১৭ আৰু ১৮ ডিচেম্বৰত অনুষ্ঠিত অনুষ্ঠানত বিভিন্ন খেল ধেমালিৰ লগতে এখনি মুকলি সভাও অনুষ্ঠিত হয়।

 

আঞ্চলিক নেতা মানৱ চন্দ্ৰ বড়ো সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰী লগতে বড়ো বোলচবি জগতৰ জনপ্ৰিয় অভিনেতা ফৈলা জে বৰগয়াৰী, বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ ৰাখে ।

 

এবছুৰ উপসভাপতি খৌৰৌমদাও ওৱাৰীয়ে বড়ো জাতিৰ উন্নয়ন আৰু সজাগতাৰ ক্ষেত্ৰত এবছুই দীৰ্ঘদিন ধৰি কাম কৰি আহিছে বুলি সদৰি কৰে

 

লগতে সমাজৰ হিতৈষী সাধনৰ উপৰতো কাম কৰি যাব বুলি জানিব দিয়ে ৷

 

নিশা বিগ্ৰাই ব্ৰহ্ম, জুৰি বড়ো আৰু বিপুল বসুমতাৰীৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰে অনুষ্ঠান ৷

 

ভাষ্যঃকেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰী আৰু উদযাপন সমিতি

  • Related Posts

    • Current
    • September 18, 2025
    • 2 views
    • 1 minute Read
    ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

    Telegram

    TelegramTweet২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  আমি কোকৰাঝাৰত দিয়া টকা কত গৈছে বিটিআৰ ৰাইজে নাজানে। বিটিৰাত এন্দুৰ, নেগুনি থকাৰ বাবে বিটিআৰত উন্নয়ন…

    • Current
    • September 17, 2025
    • 12 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *