গুৱাহাটীত সাতভনী অসম নামৰ সংস্থাটোৰ উদ্যোগত বি বৰুৱা কৰ্কট প্ৰতিস্থানত দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশু সকলৰ সৈতে শিশু দিৱস উদযাপন ।

Telegram

১৪ নবেম্বৰ ২০২৪

গুৱাহাটীৰ পৰা বিশেষ প্ৰতিবেদন সৰিফুদ্দিন আহমেদ।

 

আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত শিশু দিৱস পালন কৰা হৈছে । তাৰ সমান্তৰালকৈ গুৱাহাটীস্থিত সাতভনী অসম নামৰ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত বেতিক্ৰমী ৰূপত উদযাপন শিশু দিৱস। আজি সংস্থাটোৰ কৰ্মকৰ্তা সকলে B BORUAH CANCER HOSPITAL ত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা শিশুসকলৰ কাষত উপস্থিত হয় , তেওঁলোকৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভিন্ন খেল ধেমালিৰ সামগ্ৰী আৰু খোৱা বস্তু ফল মূল আদি প্ৰদান কৰে।

 

লগতে শিশু সকলক ৭ চিষ্টাৰ ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থটোৱে চিকিৎসালয়খনত উপস্থিত হৈ কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলৰ মুখত হাঁহি বিৰিঙাই তুলিব সক্ষম হোৱা প্ৰয়াসক দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশুসকলৰ অভিভাৱক সকলে আজিৰ এই শিশু দিৱসৰ উদযাপনক ধন্যবাদ জ্ঞাপন কৰে।

  • Related Posts

    ৰাজনীতি কৰিলে মোৰ দৰে কৰিব লাগে: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

    Telegram

    TelegramTweetৰাজনীতি কৰিলে মোৰ দৰে কৰিব লাগে: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য   অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদায়েই তেওঁৰ স্পষ্টবাদিতা আৰু আত্মবিশ্বাসী বক্তব্যৰ বাবে চর্চালৈ আহে। বৰ্তমান সময়ত তেওঁৰ এটা…

    गुवाहाटी: असम में निवेशक जागरूकता और निवेशक संरक्षण को मजबूत करना

    Telegram

    TelegramTweetगुवाहाटी: असम में निवेशक जागरूकता और निवेशक संरक्षण को मजबूत करना   गुवाहाटी, 5 फरवरी, 2025 प्रतिभूति बाजार में निवेशकों के हितों की रक्षा और निवेशकों की जागरूकता को बढ़ावा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *