সোণোৱালে স্পষ্টভাৱে কয় যে তেওঁ ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰে। তেওঁ জনসাধাৰণৰ সেৱাৰ দিশে মনোনিৱেশ কৰাৰ বাবে চৰকাৰী পদলৈ অহংকাৰৰ দৃষ্টিৰে নাচায়। তেওঁ যিসময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল, তেও সমানুভূতি আৰু জনসেৱাৰ আদৰ্শৰে কাম কৰি আহিছে বুলি স্মৰণ কৰে।
তেওঁৰ এই বক্তব্য জনসাধাৰণৰ মাজত এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰি সতর্ক কৰে যে ক্ষমতাৰ অৱস্থান কেতিয়াও স্থায়ী নহয় আৰু জনসাধাৰণৰ সেবাৰ পৰা সৰাই নোযাব লাগে।