কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন তামুলপুৰ জিলা উপায়ুক্তৰ । BTRNEWS 10 months ago Telegramআজি পুৱাই তামুলপুৰৰ জিলাৰ উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিদৰ্শন কৰে । লগতে উপায়ুক্ত গৰাকীয়ে বিদ্যালয় খনৰ বিভিন্ন কাম-কাজ পৰিদৰ্শন কৰে।