কংগ্ৰেছৰ টিকট ল’বলৈ মই পাণ এটাও খোৱাব লগা হোৱা নাই, ৰঞ্জিত দত্ত মিছলীয়া: জয়ন্ত বৰা

Telegram

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত ৰঞ্জিত দত্ত আৰু সদ্য কংগ্ৰেছী জয়ন্ত বৰাৰ নিৰ্বাচনী বাক যুদ্ধই আকৰ্ষণী ৰূপ লৈছে ।

কংগ্ৰেছৰ দলৰ পৰা টিকট পাবলৈ পাণ এটাও খোৱাব লগা হোৱা নাই,ৰঞ্জিত দত্ত এজন মিছলীয়া মানুহ । তেখেতে যিটো মোক গাড্ডাৰ কৰিলে সেয়েহে মোক জাতীয় কংগ্ৰেছে স্বীকৃতি দিছে। মোক প্ৰল্লৱ লোচন দাসৰ বিৰুদ্ধে নিৰ্দলীয় ভাৱে নিৰ্বাচন খেলিবলৈ ৩ কোটি টকা দিম বুলি কৈছিল তেখেতৰ নিজৰ ঘৰত মাতি নি । প্ৰায় ১৩ জনকৈ বিজেপিৰ ৩ জন মণ্ডল সমিতিৰ সভাপতি আছিল , সমুন শৰ্মা মধ্যস্থতা কৰিছিল আৰু তাৰ মাজত এজন চাহ জনগোষ্ঠীৰ বিহালী সমষ্টিৰ নেতাও উপস্থিত আছিল। মোৰ টিকটৰ বাবে তেওঁ দিল্লী,গুৱাহাটী যোগাযোগ কৰিছিল আৰু তাৰ উপৰিও যদি মুখ্যমন্ত্ৰীয়ে প্ৰল্লৱ লোচন দাসক নিক্ষেপ কৰে। তেতিয়া হলে নিৰ্দলীয় হিচাপে খেলোৱাৰ কথা আছিল আৰু ৩ কোটি টকা দিয়াৰ কথা আছিল বু প্ৰল্লৱ লোচন দাসক হৰুৱাবলৈ। এতিয়া তেওঁ মোক ৩ কোটি টকাটো দিব লাগে-বুলি সদুৰি কৰে বিহালী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাই।

আনহাতে যোৱা ২৫ টা বছৰত যদি উন্নয়ন কৰিলে হয় তেতিয়া হলে উপ-নিৰ্বাচনৰ বাবে গোটেই বিধানসভা খন বিহালী সমষ্টিত আহিব নালাগিলে হয় । তেওঁ কিমান উন্নয়ন কৰিলে বিহালী সমষ্টিৰ ৰাইজে জল পত হৈ দেখিলে বুলি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে কয় ।

  • Related Posts

    বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

    Telegram

    TelegramTweetবডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে…

    উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

    Telegram

    TelegramTweetউচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *