BTR NEWS

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চাৰিজন গঁড় চোৰাং চিকাৰসহ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ।

Telegram

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চোৰাং চিকাৰৰ পৰিকল্পনা সন্দৰ্ভত দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক।

Source: Social media

১/ নুৰ হুছেইন

২) আবুল হুছেইন, ১৪.

৩) জাফ্ফৰ আলী, ৩১.

৪) নুৰ ইছলামে । লগতে জব্দ কৰিছে এটা .৩০৩ ৰাইফলৰ সৈতে গোলাবাৰুদ, ৩টা মোবাইল হেণ্ডছেট, পাঁচখন মটৰ চাইকেল আৰু কেম্পিং ষ্ট’ৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত।

Exit mobile version