এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী টেষ্টঃ ইংলেণ্ডৰ ৩৮৭ ৰাণ, বুমৰাহৰ ৫ উইকেট

Telegram

🏏 এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী টেষ্টঃ ইংলেণ্ডৰ ৩৮৭ ৰাণ, বুমৰাহৰ ৫ উইকেট

 

লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ‘এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী’ৰ তৃতীয়খন টেষ্টত ইংলেণ্ডে প্ৰথম ইনিংছত ৩৮৭ ৰাণত সকলো উইকেট হেৰুৱাই নিজৰ ইনিংছ সামৰে।

ভাৰতীয় বলিং শিৱিৰ পৰা যশপ্ৰীত বুমৰাহে প্ৰচণ্ড বলিঙৰ প্ৰদৰ্শন দেখুৱাই ৫টা মূল্যবান উইকেট অৰ্জন কৰে।

 

ইফালে, ভাৰতীয় দলটোৱে নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰিছে আৰু এই প্ৰতিবেদন যুগুতোৱাৰ সময়লৈকে ৪৪ ৰাণত ১ উইকেট হেৰুৱাই খেলি আছে।

 

এই ৫খনীয়া টেষ্ট শৃংখলাত এতিয়ালৈকে দুয়োটা দলে ১-১ ৰে সমতা বজাই ৰাখিছে, ফলত এই তৃতীয় টেষ্টখন শৃংখলাৰ দিশ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূর্ণ হৈ পৰিছে।

  • Related Posts

    তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

    Telegram

    TelegramTweetতামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ   তামুলপুৰ,২০ জুলাইঃ   তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক…

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *