BTR NEWS

একখন বিশেষ খবৰ!

Telegram

একখন বিশেষ খবৰ!

 

নাম: বকুল ৰাজবংশী, বয়স ১১ বছৰ।

পিতৃ: প্ৰয়াত যতিন ৰাজবংশী।

গাঁও: কাহিতলী, থানাঃ চিপাঝাৰ, চাকি চিপাহী, জিলা: দৰং, অসম।

 

এই লৰাজনৰ বিষয়ে কোনো তথ্য থকাসকলক অনুৰোধ জনোৱা হৈছে যেন সোনকালে জনায়। যিকোনো সহায়কাৰী তথ্য চিপাঝাৰ আৰক্ষী চকীত যোগাযোগ কৰক।

 

আপোনাৰ সৰু সহায়ত বকুলক নিজৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত হোৱাৰ সুযোগ দিব পাৰে।

 

Exit mobile version