BTR NEWS

উত্তৰ গুৱাহাটী গৌৰীপুৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

Telegram

 

 

উত্তৰ গুৱাহাটী গৌৰীপুৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ।

 

# স্কুটী আৰোহীৰ খুন্দাত আহত পথছাৰী ।

 

# আহত লোকজনৰ নাম জানিব পৰা হোৱা নাই ।

 

# গুৰুতৰ ভাবে আহত লোকজনক তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

পিছফালৰ পৰা পথছাৰীজনক খুন্দিয়াই স্কুটী আৰোহীৰ পলায়ন ।

Exit mobile version