আজি পুৱাৰে পৰা বন্ধ হ’ল কেদাৰনাথ ধামৰ দুৱাৰ।

Telegram

ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত কেদাৰনাথ মন্দিৰৰ সুন্দৰ স্থাপত্য অতি বৃহৎ, গধুৰ আৰু সমানে কাটি লোৱা ধূসৰ ৰঙৰ শিলৰ ফলকেৰে নিৰ্মিত এই গধুৰ ফলকবোৰ পৌৰাণিক শতিকাবোৰত কেনেকৈ স্থানান্তৰ কৰা হৈছিল আৰু কেনেকৈ নিৰ্মাণ কৰিছিল বৰ্তমানে এক সাঁথৰ মাথোঁ। সেই সকলোবোৰ বিষয়ে  কৌতূহল সৃষ্টি কৰে ভক্ত সকলৰ মাজত।

 

অসমৰ গুৱাহাটীৰ পৰা ভাৰতৰ উত্তৰাখণ্ডৰ হিন্দু তীৰ্থস্থান কেদাৰনাথ ধামলৈ যাত্ৰা কৰিলে ঋষিকেশত নামিব লাগিব ভক্তসকলে।

কেদাৰনাথ ধামত  থকা খোৱা বাবে যোৱাৰ খৰচ ভ্ৰমণৰ ধৰণ আৰু আপুনি বাছি লোৱা ভ্ৰমণ পেকেজৰ ওপৰত নিৰ্ভৰ কৰিব।

কেডাৰনাথ মন্দিৰত যোৱা বাবে ট্ৰেকিং দূৰত্ব আপুনি বাছি লোৱা পথৰ ওপৰত নিৰ্ভৰ কৰে। পৰম্পৰাগতভাৱে ট্ৰেকিং পথটো গৌৰকুণ্ডৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৬ কিলোমিটাৰ। যদিও বৃহৎ আকাৰৰ ওখ পৰ্বত বগাই যাবলগীয়া হয় । এই পথটো অৰণ্য, জলপ্ৰপাত, নদীকে ধৰি ধুনীয়া হিমালয়ৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়।

 

হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ আস্থাৰ প্ৰতীক কেদাৰনাথ ধামৰ দুৱাৰ আজি পুৱাৰে পৰা বন্ধ হ’ল। শীতকাল অহাৰ লগে লগে হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত ধৰ্মীয় ৰীতি-নীতিৰে মন্দিৰ দ্বাৰ বন্ধ কৰা হল ।

 

উল্লেখ্য যে চলিত ২০২৪ চনৰ ১০ মে’ৰ পৰা ১১ ছেপ্টেম্বৰৰ ভিতৰত ভাৰতবৰ্ষৰ উত্তৰাখণ্ডৰ অৱস্থিত হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ আস্থাৰ প্ৰতীক কেদাৰনাথ মন্দিৰত ১৭ লাখৰো অধিক লোকে ভ্ৰমণ কৰিছিল বদ্ৰীনাথ।

 

Related Posts

Hon’ble Union MoS for Health & Family Welfare, Smti. Anupriya Patel meets Meghalaya CM Conrad K. Sangma

Telegram

TelegramTweetHon’ble Union MoS for Health & Family Welfare, Smti. Anupriya Patel meets Meghalaya CM Conrad K. Sangma   📍 Shillong | June 2025   The Hon’ble Union Minister of State…

পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰীহ লোকসকলৰ কাষত মন্ত্ৰী অতুল বৰা

Telegram

TelegramTweetপহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰীহ লোকসকলৰ কাষত মন্ত্ৰী অতুল বৰা   পাকিস্তান পৰাষিত সন্ত্ৰাসবাদীসকলে পহেলগামত চলোৱা এক বর্বর আক্ৰমণত নিহত হোৱা নিৰীহ লোকসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰি আজি অসম…

Leave a Reply

Your email address will not be published. Required fields are marked *