অহা ৯ মেত মুক্তি পাৱ এখন নতুন অসমীয়া ছৱি “কেচটু নগেন” 

Telegram

অহা ৯ মেত মুক্তি পাৱ এখন নতুন অসমীয়া ছৱি “কেচটু নগেন” 

 

তামুলপুৰৰ বিভিন্ন বিহু তলিত

কমেডি আৰু থ্ৰিলাৰৰে এখন ব্যতিক্ৰমধৰ্মী ছৱি কেচটু নগেনৰ পৰিচালক তামুলপুৰৰ যুৱক ধনজিৎ দাস,অভিনেত্ৰী অমৃতা গগৈ সহ কেইবাগৰাকী সহ শিল্পীয়ে ছৱি খনৰ প্ৰচাৰ চলাই ৷ ছৱি খনৰ পৰিচালক ধনজিৎ দাস তথা তথা অভ্নেত্ৰী অমৃতা গগৈয়ে “কেচটো নগেন” এখনি কমেদি শৈলীৰ চিনেমাৰ লগতে বিভিন্ন চৰিত্ৰৰ সন্নিৱিষ্টৰে এখন দৰ্শকৰ আমেদ দিব পৰা ছৱি হব বুলি মন্তব্য কৰি সকলোকে ওচৰৰ চিনেমা হললৈ গৈ চাবলৈ আহ্বান জনাই ৷ ছৱিখন চালে দৰ্শক সকলে হাস্য ৰসৰ লগতে বিমল আনন্দ উপভোগ কৰিব পাৰিব ৷

অসমীয়া সমাজ জীৱনত বহুল প্ৰচাৰিত এষাৰি বাক্য “কেচটু নগেন “ক শিৰোনামেৰ নিৰ্মান কৰা ছৱিখনক দৰ্শকে আকোৱালী লব বুলি আশা প্ৰকাশ কৰিছে টীম নগেনে ৷

উল্লেখ্য যে তামুলপুৰৰ কচুবাৰীৰ উদীয়মান চিনেমা পৰিচালক ধনজিৎ দাসে একাধৰে চিনেমাটোগ্ৰাফাৰ , সম্পাদক তথা DI artist হিচাপেও ধনজিৎ দাস অসমৰ চিনেমা উদ্যোগটোৰ এগৰাকী কুশলী ব্যক্তি ৷ পৰিচালনাৰ কুশলতা তেওঁৰ “শব্দ নিশব্দ কোলাহল”ত প্ৰতক্ষ্য কৰিছিলো ৷

  • Related Posts

    • Current
    • August 11, 2025
    • 5 views
    • 1 minute Read
    নতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ

    Telegram

    TelegramTweetনতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈ। কিন্তু সংসদ ভৱনৰ পৰা কেইটামান ৰাস্তাৰ দূৰতই আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদীসকলক আটকায়। বিৰোধীসকলৰ…

    • Current
    • August 10, 2025
    • 3 views
    • 2 minutes Read
    Baksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth

    Telegram

    TelegramTweetBaksa Gets Two New RCC Bridges to Boost Connectivity and Economic Growth Baksa, August 10: In a significant step towards strengthening road connectivity in the region, Hon’ble Chief Minister Dr.…

    Leave a Reply

    Your email address will not be published. Required fields are marked *