অহা ৫ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ কাৰ্কলি (ৰংকাৰ পুজা) উপলক্ষে চৰকাৰী বন্ধ ঘোষণা।
অসমত বসবাস কৰা কাৰ্বি জনগোষ্ঠীসমূহে উদযাপন কৰা ৰংকেৰ কাৰ্কলি (ৰংকাৰ পূজা) উপলক্ষে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে প্ৰতি বছৰে ৫ জানুৱাৰীত চৰকাৰী বন্ধ (আৰ এইচ) ঘোষণা কৰে অসম চৰকাৰে ।