অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে সৰভোগৰ পূৱ সাহপুৰ এডুকেশ্বন ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনʼ (এন.জি.ও.)ৰ উদ্যোগত সজাগতা সভা

Telegram

*অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে সৰভোগৰ পূৱ সাহপুৰ এডুকেশ্বন ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনʼ (এন.জি.ও.)ৰ উদ্যোগত সজাগতা সভা।*

লগতে পূৱ সাহপুৰʼ যুৱ সমাজৰ তৰপৰ পৰা এডুকেশ্বন ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনʼ NGO টো শুভ উদ্বোধন কৰা হয়।

 

১৫৭৬ নং এল.পি.স্কুলʼ বিদ্যালয়ত ড্ৰাগছ,ৰ কবলৰ পৰা সমাজ ৰক্ষা কৰা ধাৰাবাহিক ভাৱে হৈ থকা মাদক দ্ৰব্য, বাল্য বিবাহ, জুৱা খেল আদি ৰোধ কৰিবলৈ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বক্তা সকলে ড্ৰাগছʼৰ ভয়াবহ সৃষ্টি কৰা কৰা আন্দোলন গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰি এখন কমিটী গঠন কৰে। সভাত গাওঁ খনৰ শতাধিক লোকৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

ʼপূৱ সাহপুৰ এডুকেশ্বন ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনʼ (এন.জি.ও.)ৰ সহযোগত ধৰ্ষণ , মাদক দ্ৰব্য সেৱন , অসামাজিক কাম কাজৰ বিৰুদ্ধে এই সজাগতা সভা অনুষ্ঠিত হয়।।লগতে সজাগতা সভাত আৰক্ষী অধীক্ষক গৰাকী উপস্থিত থাকি সমাজত প্ৰচলিত অসামাজিক কাম-কাজৰ দূৰ কৰাৰ উদ্দেশ্যৰে গুৰুত্বপূৰ্ন ভাষণ আগবঢ়াই । আৰক্ষী অধীক্ষক গৰাকীয়ে নিজৰ ভাষণত ড্ৰাগছ, বাল্য বিবাহ আৰু অসামাজিক কাম কাজৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে ড্ৰাগচৰ বিষয়ে বিতং ভাৱে ভাষন আগবঢ়ায়।

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *