আজি ছুটিয়া আৰক্ষী থানাৰ অধিনৰ কেছ নং ৯৪/২৪ৰ সৈতে জড়িত গ্ৰেপ্তাৰ হোৱা ভিল – বোকাবিল, পি এছ- ছুটিয়াৰ গ্ৰেপ্তাৰ অভিযুক্ত আব্দুল বাৰেকৰ নেতৃত্বত মুখেৰঘুৰ টি ইৰ ওচৰত ০.৩০৩” নং ১ মাৰ্ক তৃতীয় ৰাইফলৰ লগতে চাইলেন্সাৰ উদ্ধাৰ কৰা হয় , পি এছ- বিশ্বনাথ চাৰিআলি।
ডিমাপুৰৰ পৰা ক্ৰয় কৰা এই ৰাইফলটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত এটা গঁড় চিকাৰ কৰাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ অধিক অনুসন্ধান অব্যাহত।