মন্ত্ৰী অশোক সিংঘলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালক ওম্বুৰীছ পুৰীৰ সৈতে ৰিজাইPhoto Share কৰিলে সামাজিক মাধ্যমত

Telegram

দিল্লীত বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছে নিৰ্বাচনী আক্ৰমণ। আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘলে নিজৰ ফেচবুক একাউণ্টত চেৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ এগৰাকী আগশাৰীৰ সাংবাদিক সাক্ষাৎকাৰ গ্ৰহণ কৰি থকা আৰু অনিল আৰু ওমবুৰীছ পুৰী ফটো। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে।

  • Related Posts

    উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️

    Telegram

    TelegramTweet🛑 উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️   এইবাৰ খিলঞ্জীয়াৰ মাটিৰ ৰক্ষাৰ বাবে কঠোৰ হুঁশিয়াৰী দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। চৰাইদেউত সাংবাদিকৰ কেমেৰাৰ সন্মুখত…

    গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নামাজ পঢ়ক” — দিলীপ শইকীয়াৰ কটাক্ষে ৰাজনীতি গৰম

    Telegram

    TelegramTweet🕌 “গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নামাজ পঢ়ক” — দিলীপ শইকীয়াৰ কটাক্ষে ৰাজনীতি গৰম   অসম ৰাজনীতিত পুনৰ উত্তাপ। আজি বাজপেয়ী ভৱনত অনুষ্ঠিত মহানগৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত, ৰাজ্যিক বিজেপি সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *