
উদ্ধাৰ কৰা সামগ্ৰীসমূহঃ
৪টা হাতেৰে নিৰ্মিত ৰাইফল ,৩৪ জাঁই গুলী,২৪ টা খালী কাৰ্টিজ,আই ই ডি (IED) নিৰ্মাণৰ মৌলিক উপাদান।
বিশদ তথ্য আৰু তদন্তৰ তথ্যৰ বাবে আৰক্ষীয়ে লগতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জন সাধাৰণক সতৰ্ক আৰু যিকোনো সন্দেহযুক্ত নাগৰিক প্ৰত্যক্ষ কৰিলে আৰক্ষীক অৱগত আৰু সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।