অখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”

  • Current
  • September 14, 2025
  • 0 Comments
Telegram

অখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”

 

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ দিনটোত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি তীক্ষ্ণ মন্তব্য কৰে।

তিতাবৰত আয়োজিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈয়ে কয় —

👉 “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়।”

👉 “মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে বেছি টেংৰামি কৰিছে, অসমীয়া মানুহে চিধা কথা কয়।”

 

তেওঁয়ে গৌৰৱ গগৈক প্ৰশ্ন কৰি কয় —

“APCC ৰ সভাপতি গৌৰৱ গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভত Diplomatic উত্তৰ কিয় দিয়ে? কাৰ ভয়ত তেওঁ মিত্ৰতাৰ কথা স্পষ্টকৈ ক’ব নোৱাৰে?”

 

অখিল গগৈয়ে লগতে দাবী কৰে যে মিত্ৰতাৰ সন্দৰ্ভত কংগ্ৰেছক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হ’ব লাগিব।

 

ইফালে, তিতাবৰত আয়োজিত উক্ত যোগদান কাৰ্য্যসূচীত কংগ্ৰেছ, বিজেপি আৰু ছাত্ৰ সমাজৰ প্ৰায় দুই শতাধিক কৰ্মী ৰাইজৰ দলত যোগদান কৰে।

 

👉 অখিল গগৈৰ এই মন্তব্যই শেহতীয়াকৈ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাৰ সম্ভাৱনা লৈ ৰাজনৈতিক মহলত নতুনকৈ আলোচনাৰ জন্ম দিছে।

 

  • Related Posts

    • Current
    • September 13, 2025
    • 6 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    • Current
    • September 13, 2025
    • 7 views
    • 1 minute Read
    গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

    Telegram

    TelegramTweetগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ   মিত্ৰতাৰ সন্দৰ্ভত APCC সভাপতি গৌৰৱ গগৈৰ উত্তৰৰ প্ৰতি কটাক্ষ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *